Wednesday, 9 November 2016

ডেভলপ কৰক এই Skills , ঘৰত বহিযেই ৱেব ডিজাইন কৰিব পাৰিব

যদি  আপুনি  কম্পিউটাৰ  চলায়  ভাল  পায়  আৰু  নিজকে  Creative  বুলি  ভাবে  তেন্তে  ৱেব  ডিজাইনৰ  ক্ষেত্ৰখন  আপোনাৰ  বাবে  উপযুক্ত  হব  ৷  কেৱল  ছমাহ  কোৰ্চ  কৰিয়েই  আপুনি  ঘৰৰ  পৰাই  ৱেব  ডিজাইনৰ  কাম  আৰম্ভ  কৰিব  পাৰিব  ৷  পাৰ্ট  টাইম  জব  কৰাৰ  লগতে  ইয়াক  ফুল   টাইমও  কৰি  লব  পাৰি  ৷  SEO  (Mumbai)  ৰ  CEO  মহম্মদ  শাবিৰে  কয়  যে  কেনেকৈ  ৱেব    ডিজাইনাৰ  হৈ  ইয়াক  ভাল  কেৰিয়াৰলৈ  পৰিবৰ্তন  কৰিব  পাৰি  ৷
এইক্ষেত্ৰখনত  যদি  আহিব  বিছাৰিছে  তেন্তে  নিজকে  জুখি  লওক  :
আপুনি  Creativity  হয়নেকি ?  মানে  আপুনি  ভাল  Painting  কৰিব  জানে  ?  ৰং  মিহলোৱাৰ  বিষয়ে  আপোনাৰ  ভাল  জ্ঞান  আছে  ?  আপুনি  কম্পিউটাৰ  লগত  সময়  অতিবাহিত  কৰি  ভাল  পায়নে  ? 
 এইক্ষেত্ৰখনত  আহিবলৈ  কিহৰ  প্ৰয়োজন :
 ৱেব  ডিজাইনাৰ  হবলৈ  হলে  কোনো  বিশেষ  শৈক্ষিক  যোগ্যতাৰ  প্ৰয়োজন  নহয়  ৷  কিন্তু  ৱেব  ডিজাইনৰ  লগত  জড়িত  Skills  ৰ  জ্ঞান  থকাটো  দৰকাৰ  ৷ H.S (class 12)  ৰ  পাছতো  যদি  Student  এ  বিছাৰে  ৱেব  ডিজাইনত  নিজৰ  কেৰিয়াৰ  বানব  পাৰে  ৷
আপুনি এই Skills বোৰ ডেভলপ কৰিব লাগিব :
ৱেব ডিজাইনৰ বাবে আপুনি HTML , ADOBE PHOTOSHOP , C-SS 2 , WEB HOSTING , SEO ধৰণৰ দিশসমূহ আয়ত্ব কৰিব লাগিব ৷
কোনবোৰ কোৰ্চ কৰিলে লাভ হ’ব:
চাৰ্টিফিকেট লেভেলত থকা কোৰ্চসমূহ হ’ল –
·         Certificate  Course  In  Web  Designing .
·         Certificate  Course  In  Internet  And  Web  Designing.
·         Certificate   Course  In  Multimedia  and  Web  Designing.
·         Certificate  Course In Office  Automation  And  Web Designing.
·         Certificate  In  Application  Software  And  Web  Designing  .
ডিপ্লমা বা Advance লেভেলত থকা কোৰ্চসমূহ –
·         Diploma  Course  In  Multimedia  And  Web  Designing.
·         Diploma In Web  Designing .
·          Diploma  In  Web  Designing And  Software  Development.
·         Advanced   Diploma  Course  in  Multimedia  And  Web  Designing 
P.G. Level ৰ Course সমূহ হল –
* Post  Graduate  Diploma  In  Web  Designing .
এইবোৰ Institute ত এই কোৰ্চসমূহ লব পাৰিব :
·         Image  Institute  Of  Digital  University, Mumbai
·         Institute  Of  Computer  Animation  And  Design  , Mumbai
·         G Institute Of  Creative  Arts  , Mumbai
·         Elan  Institute Of  Information  Technology  , Pune
·         Astha  Institute  Of  Management And  Technology , Jaipur
·         Academy  Of  Career  Solution , Jaipur
·         Gurunanak Dev University , Punjab
·         Windsoft  Computer Centre  , Punjab
Free কৈ অনলাইন Course কৰিব  পাৰে :
·         www.alison.com
·         www.w3schools.com
·         www.accounts.generalassemb.ly
ইত্যাদি ধৰণৰ ৱেবছাইটত অনলাইন কোৰ্চ কৰিব পাৰে ৷ বিভিন্ন ৱেবছাইটে বিনামূল্য ৱেব ডিজাইনৰ কোৰ্চ অফাৰ কৰি আছে ৷ ডিজাইনৰ টুলসমূহ নেটত ভৰপূৰ হৈ আছে ৷ আপুনি কেৱল মন দি শিকাৰ প্ৰয়োজন আছে ৷
কত জব পাব আৰু আয় কিমান হ’ব :
·         ৱেবছাইট ডিজাইনাৰ হোৱাৰ পাছত আপুনি ঘৰৰ পৰাই Freelance হিচাপে কাম কৰিব পাৰিব ৷ Freelance Website Project সমূহ আহি থাকে ৷ ইয়াৰ পৰা Project সমূহ লৈ ইয়াৰ পৰা আপুনি কাম আৰম্ভ কৰিব পাৰিব ৷
·         Freelance হিচাপে IT  Company আৰু Agency সমূহৰ লগত জড়িত হৈ কাম কৰিব পাৰিব ৷
·         নিজৰ ৱেবছাইট আৰম্ভ কৰিও কাম পাব পাৰে ৷ Starting ত মাহেকত আয় 10 ৰ পৰা 12 হাজাৰলৈকে  হব পাৰে ৷
·         ভাল অভিজ্ঞতা অৰ্জন কৰাৰ পিছত মাহেকত আয় 50 হাজাৰৰ পৰা 1 লাখ টকালৈকে হব পাৰে ৷