আমাৰ অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায়ে ইংৰাজী গ্ৰামাৰত বহুত দুৰ্বল
থকা দেখা যায় ৷ তেওঁলোক parts of speech , tense,
narration , voice ইত্যাদি লাগতিয়াল বিষয়সমূহ নজনাৰ বাবে ইংৰাজী বিষয়টোত কম নম্বৰ পায় ৷ মই এই
লেখাত অতিকৈ লাগতিয়াল TENSE ৰ প্ৰকাৰ আৰু ইয়াৰ
গঠনৰ বিষয়ে উদাহৰণসহ দেখুৱাইছো ৷
কাল (tense) :
কোনা কাৰ্য্য বা অৱস্হাৰ সময় বুজাবলৈ লগতে এই কাৰ্য্য বা অৱস্হা চলি আছে নে
ভৱিষ্যৎ হবনে সম্পূৰ্ণ হৈছে তাকে বুজাবলৈ ক্ৰিয়া (verb) ৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাকে tense বা ক্ৰিয়াৰ কাল বোলে ৷
Tense তিনি প্ৰকাৰৰ :
1) Present Tense (বৰ্তমান কাল )
2) Past Tense (অতীত কাল )
3) Future Tense (ভৱিষ্যত কাল )
আকৌ, present tense চাৰি প্ৰকাৰৰ :
1) Present Indefinite Tense
or
Simple Present Tense
2) Present Continuous Tense
3) Present Perfect Tense
4) Present Perfect Continuous Tense
আকৌ Past Tense
চাৰি প্ৰকাৰৰ :
1) Past Indefinite Tense
Or
Simple Past Tense
2) Past Continuous Tense
3) Past Perfect Tense
4) Past Perfect Continuous Tense
আকৌ, Future Tense চাৰি প্ৰকাৰৰ :
1) Future Indefinite Tense
Or
Simple Future Tense
2) Future Continuous Tense
3) Future Perfect Tense
4) Future Perfect Continuous Tense
1)Present Indefinite
Tense or Simple
Present Tense :
গঠন : 1) Subject + Main Verb +Object
2) Subject + Main Verb + S/es +Object
3) Subject + Be Verb (Am/Is/Are) +
Object
Ø যিবোৰ বাক্যৰ কোনো এটা কাম অভ্যাসগত
বা চিৰসত্য অৰ্থ প্ৰকাশ কৰে তেনেবোৰ বাক্যক Present
Indefinite Tense ত লিখা হয় ৷ এই Tense ত Subject টো Third Person Singular Number হ’লে Main Verb ৰ পাছত
S বা Es যোগ কৰা হয় আৰু যদিহে বাক্যটোত Main Verb নাথাকে তেন্তে Helping Verb ( Am/Is/Are) ৰ সহায় লোৱা হয় ৷
Main Verb থাকিলে :
Person/Number
|
Subject
|
Main Verb (go)
|
1st singular
|
I
|
Go
|
1st plural
|
We
|
Go
|
2nd singular
/plural
|
You
|
Go
|
3rd singular
|
He/she/it/Ram
|
Goes
|
3rd plural
|
They
|
Go
|
Main Verb নাথাকিলে :
Person/Number
|
Subject
|
Main Verb
|
1st singular
|
I
|
Am
|
1st plural
|
We
|
Are
|
2ng singular / plural
|
You
|
Are
|
3rd singular
|
He /she/it/Ram
|
Is
|
3rd plural
|
They
|
Are
|
উদাহৰণ :
তেওঁ সদায় স্কুললৈ
যায় – He goes to school every day.
মানুহ মৰণশীল - Man is mortal.
গাখীৰ বগা - Milk is white.
মৌ জোল মিঠা - Honey is sweet.
তেওঁৰ দেউতাক এজন
শিক্ষক - His father is a teacher.
বেলি পূৱফালে উদয়
হয় - The Sun rises in the east.
Ø কোৱা লগে লগে কামটো সম্পন্ন হোৱা বুজালে Present Indefinite tense ত লিখা হয় ৷
যেনে : মই আহোঁ –I come
মই যাওঁ -I go
Ø ভৱিষ্যতৰ এক নিদিষ্ট সময়ত কোনো এটা কাম নিশ্চিতকৈ হ’ব বুজালে Present indefinite tense ত লিখা হয় ৷ যেনে : তেওঁ কালিলৈ যোৰহাট যাব – He goes to Jorhat tomorrow.
তেওঁ কালিলৈ গুৱাহাটি এৰিব – He leaves for Guwahati
tomorrow.
2) Present Continuous tense :
গঠন : Subject +Be Verb (am/is/are)
+Main Verb + ing +Object
Ø যিবোৰ বাক্যৰ কোনো এটা কাম
বৰ্তমানত হৈ থকা বা চলি থকা বুজায় তেনেবোৰ বাক্যক Present Continuous tense ত লিখা হয় ৷
যেনে – তুমি এতিয়া পঢ়ি আছা – You are reading now.
তেওঁ এখন চিঠি লিখি আছে - He is writing a letter.
বৰষুণ দি আছে - It is raining now.
ৰীণাই গান গায় আছে - Rina is singing a song.
Ø কোনো এটা বাক্যৰ কৰ্তাৰ ইচ্ছা বা
সম্ভাৱনা আদি অৰ্থ প্ৰকাশ কৰিবলৈ Present Continuous tense ত লিখা হয় ৷ এই Tense এ ভৱিষ্যত কোনো এটা কাম সম্পাদনা
হ’ব বুজায় আৰু ইয়াক প্ৰকাশ কৰিবলৈ Helping Verb হিচাপে
“going to” Form ব্যৱহাৰ কৰা হয় ৷ এই “ going to ” Form ব্যৱহাৰ কৰিলে Main Verb ৰ পাছত ing ব্যৱহাৰ কৰা নহয় ৷ যেনে :
মই তেওঁলৈ এখন চিঠি লিখিম
I am going to
write a letter to him.
এতিয়া বৰষুণ দিব পাৰে
It is
going to rain now .
তেওঁ কালি যোৰহাটলৈ যাব
He is
going to Jorhat
Tomorrow.
Person /number
|
Subject
|
Be verb
|
Main verb
|
1st person
singular
|
I
|
Am
|
Going
|
2nd person
plural
|
We
|
Are
|
Going
|
2nd person
singular / plural
|
You
|
Are
|
Going
|
3rd singular
|
He/she/it/Ram
|
Is
|
Going
|
3rd plural
|
They
|
Are
|
Going
|
3) Present perfect tense :
গঠন : Subject + Be verb ( Have/Has )
+ past participle of main verb +object
Ø যিবোৰ বাক্যৰ কোনো এটা কাম
এইমাত্ৰ শেষ হোৱা বুজায় তেনেবোৰ বাক্যক Present perfect tense ত লিখা হয় ৷ যেনে :
তুমি অংকটো কৰিলা - You have done the sum .
তেওঁ এইমাত্ৰ কামটো শেষ কৰিলে – He has finished the work just now.
মই নাটকখন চালো- I have watched the drama .
Ø অতীতত হোৱা কোনো এটা কামৰ ফল
বৰ্তমানত ভাবিলে Present perfect tense ত লিখা হয় ৷ যেনে :
তেওঁ সৰুকালতে তেওঁৰ মাক দেউতাকক হেৰুৱালে – He has lost his parents in childhood .
মই তেওঁক দহ বছৰ ধৰি লগ পোৱা নাই – I have not met him for ten years .
Person/number
|
subject
|
Be verb
|
Main verb (go)
|
1st person
/singular
|
I
|
Have
|
Gone
|
1st plural
|
We
|
Have
|
Gone
|
2nd singular/
plural
|
You
|
Have
|
Gone
|
3rd singular
|
He/she/it/Ram
|
Has
|
Gone
|
3rd plural
|
They
|
Have
|
Gone
|
4) Present perfect
continuous tense :
গঠন : Subject + Be verb(have been / has
been ) + main Verb +ing+ Object
Ø যিবোৰ বাক্যই কোনো এটা কাম অতীতত
আৰম্ভ হৈ বৰ্তমান লৈকে একেৰাহে চলি থকা বুজায় তেনেবোৰ বাক্যক Present Perfect Continuous tense ত লিখা হয় ৷ এই tense ৰ বাক্যটোত “ধৰি” শব্দটো উল্লেখ
থাকিলে সময়ৰ আগত “For” আৰু “পৰা” শব্দটো উল্লেখ থাকিলে “Since” ব্যৱহাৰ কৰা হয় ৷
যেনে : আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে
– It has been raining since today
morning.
তেওঁ দহ বছৰ ধৰি এই কাৰখানাত
কাম কৰি আছে – He has been working in this
factory for the ten years.
Person/Number
|
Subject
|
Be verb
|
Main Verb(go)
|
1st /Singular
|
I
|
Have been
|
Going
|
1st /Plural
|
We
|
Have been
|
Going
|
2nd
/Singular/plural
|
You
|
Have been
|
Going
|
3rd /Singular
|
He/She/It/Ram
|
Has been
|
Going
|
3rd /Plural
|
They
|
Have been
|
Going
|
1) Past
Indefinite Tense or Simple past tense :
গঠন : 1) Subject + Past tense of main verb + Object
2)Subject +Be Verb (was/were) +
Object
Ø যিবোৰ বাক্যৰ কোনো এটা কাম অতীততে
কৰা বা হোৱা বুজায় আৰু বৰ্তমানৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাথাকে ৷ তেনেবোৰ বাক্যক Past indefinite tense ত লিখা হয় ৷
যদিহে এই Tense ত Main Verb নাথাকে তেন্তে Helping Verb(was/were) ৰ সহায় লোৱা হয় ৷ যেনে : মই যোৱা কালি তেওঁক যোৰহাটত লগ পাইছিলো – I met him in Jorhat
yesterday.
মই যোৱাকালি ঘৰলৈ গৈছিলো – I went to house yesterday.
মই কলমটো হেৰুৱালো – I lost my pen.
Main verb থাকিলে –
Person /number
|
Subject
|
Main verb (go)
|
1st Singular
|
I
|
Went
|
1st Plural
|
We
|
Went
|
2nd Singular/
plural
|
You
|
Went
|
3rd Singular
|
He/she/it/Ram
|
Went
|
3rd Plural
|
They
|
Went
|
Main verb নাথাকিলে –
Person /number
|
Subject
|
Be verb
|
1st singular
|
I
|
Was
|
1st plural
|
We
|
Were
|
2nd singular
/ plural
|
You
|
Were
|
3rd singular
|
He /she/it/Ram
|
Was
|
3rd plural
|
They
|
Were
|
2) Past continuous
tense :
গঠন : Subject + Be verb (
was/were) + main verb +ing + object
Ø যিবোৰ বাক্যৰ কোনো এটা কাম অতীতত
হৈ থকা বা চলি থকা বুজায় তেনেবোৰ বাক্যক past continuous tense ত লিখা হয় ৷ যেনে :
মানুহজনে ৰাতিপুৱা কাম কৰি আছিল – The man was working in the morning .
কালি ৰাতিপুৱা বৰষুণ দি আছিল – It was raining in the yesterday morning .
তাই ৰাতিপুৱা অংক কৰি আছিল – She was doing the sum in the morning.
Ø অতীততে হোৱা দুটা কামৰ যিটো অতীততে
হোৱা বুজায় সেইটো Past continuous tense ত লিখা হয় আৰু বাকীটো Simple Past ত লিখা হয় ৷
যেনে : মই যেতিয়া তেওঁৰ ঘৰলৈ গৈছিলো তেওঁ পঢ়ি আছিল – when/while I went to his house
he was reading.
মই যেতিয়া তেওঁক লগ পাইছিলো তেওঁ এখন চকীত বহি আছিল – when I met him he was sitting on a chair.
Number/Person
|
Subject
|
Be Verb
|
Main Verb (Go)
|
1st /singular
|
I
|
Was
|
Going
|
1st /plural
|
We
|
Were
|
Going
|
2nd /singular/plural
|
You
|
Were
|
Going
|
3rd /singular
|
He/She/It/Ram
|
Was
|
Going
|
3rd /plural
|
They
|
Were
|
Going
|
Past Perfect Tense :
গঠন : Sub + Be Verb (Had) + Past Participles of main verb + Object
Ø অতীততে হোৱা দুটা কামৰ যিটো অগতে
হোৱা বুজায় সেইটো Past Perfect Tense ত আৰু বাকীটো Simple Tense ত লিখা হয় ৷ বাক্যটোত “আগতে” শব্দটো থাকিলে Past Perfect টো আগতে লিখা হয় ৷ আনহাতে “পাছত” থাকিলে Past Perfect tense টো পাছত লিখা হয় ৷
যেনে : ডাক্তৰজন অহাৰ আগতে বেমাৰীজন
ঢুকাল -The patient had died before the
doctor came.
বেমাৰীজন মৰাৰ পাছত ডাক্তৰজন আহিল - The doctor came after the patient had
died.
সিহঁতে আহি পোৱাৰ আগতে আমি
গুচি গ’লো - We had left before they came.
হাত-মুখ ধোৱাৰ পাছত আমি ফুৰিবলৈ
গ’লো - After we had washed up we went
for a walk
তেওঁলোকে ষ্টেচন গৈ পোৱাৰ আগতে
ৰে’লখন এৰিলে - The train had left before
they
reached the station.
Person/number
|
Subject
|
Be verb
|
Main verb (GO)
|
1st singular
|
I
|
Had
|
Gone
|
1st plural
|
We
|
Had
|
Gone
|
2nd
singular/plural
|
You
|
Had
|
Gone
|
3rd singular
|
He/she/it/Ram
|
Had
|
Gone
|
3rd plural
|
They
|
Had
|
Gone
|
4) Past
Perfect Continuous Tense :
গঠন : Subject +Be Verb (had) + Been +
Main Verb+ Ing + Object
অতীতত কোনো এটা কাম আৰম্ভ হৈছিল আৰু
নিদিষ্ট সময় লৈকে চলি আছিল এনে অৰ্থ বুজাবলৈ Past Perfect Continuous Tense ত লিখা হয় ৷
যেনে : তেওঁ তিনি বছৰ ধৰি অসমতে বাস কৰিছিল – He had been living in Assam for
Three years.
যোৱা পোন্ধৰ বছৰ ধৰি মই এইখন
স্কুলত কাম কৰি আছো – I had been serving
in
This school for last
Fifteen years.
Person /number
|
Subject
|
Be verb
|
Main verb (go)
|
1st
person/singular
|
I
|
Had been
|
Going
|
1st plural
|
We
|
Had been
|
Going
|
2nd
singular/plural
|
You
|
Had been
|
Going
|
3rd singular
|
He/she/it/Ram
|
Had been
|
Going
|
3rd plural
|
They
|
Had been
|
Going
|
1) Future
Indefinite Tense :
গঠন : Subject + Be Verb (shall/will) +
present tense of main verb + object
যিবোৰ বাক্যই কোনো এটা কাম ভৱিষ্যতে হোৱা বুজায় ৷ তেনেবোৰ বাক্যক future indefinite tense ত লিখা হয় ৷
যেনে : অহাকালি মই তোমালোকৰ ঘৰলৈ যাম – I shall go to your house tomorrow.
তেও অহাকালি আমাৰ ঘৰলৈ আহিব – He will come to our house tomorrow.
অহাকালি চাৰি বজাত মই তোমাক লগ কৰিম – I shall meet you at 4 o’ clock
tomorrow.
Person/number
|
Subject
|
Be verb
|
Main verb (go)
|
1st singular
|
I
|
Shall
|
Go
|
1st plural
|
We
|
Shall
|
Go
|
2nd
singular/plural
|
You
|
Will
|
Go
|
3rd singular
|
He/she/it/Ram
|
Will
|
Go
|
3rd plural
|
They
|
Will
|
Go
|
2) Future
Continuous Tense :
গঠন :
Subject + Be Verb
+(shall be/will be) + main verb + ing +object
যিবোৰ বাক্যৰ কোনো এটা কাম ভৱিষ্যত
সময়ত হৈ থাকিব বা চলি থাকিব তেনেবোৰ বাক্যক
Future continuous tense ত লিখা হয় ৷
যেনে : অহাকালি চাৰি বজাত মই তোমালোকৰ ঘৰত টিভি চাই থাকিম – I shall be watching T.V at
your home at 4 o’ clock
tomorrow.
তুমি কলৈ যাবা –Where will you be going ?
মই তোমালৈ বাট চাই
থাকিম – I shall be waiting for you.
ৰাতি মই শুই থাকিম – I shall be sleeping at night.
Person/Number
|
Subject
|
Shall be
|
Main Verb
|
||
1st /Singular
|
I
|
Shall be
|
Going
|
||
2nd /Plural
|
We
|
Shall be
|
Going
|
||
2nd /Singular/Plural
|
You
|
Shall be
|
Going
|
||
3rd /Singular
|
He/She/It/Ram
|
Shall be
|
Going
|
||
3rd /Plural
|
They
|
Shall be
|
Going
|
Future Perfect Tense :
গঠন : Subject + Be Verb (Shall
Have/Will Have) Past Participle form of Main Verb +Object
কোনো এটা কাম ভৱিষ্যতৰ কোনো নিদিষ্ট সময়ত বা তাৰ আগতেই কাম হ’ব বুজালে Past Perfect tense ত লিখা হয় ৷
যেনে : মই তিনি বজালৈ এই কামটো কৰি থাকিম – I shall have done this work by 3pm .
ছাত্ৰ – ছত্ৰীসকলক অহা মাৰ্চ মাহত দ্বাদশ শ্ৰেণীলৈ উৰ্ত্তীৰ্ণ কৰাই দিয়া হ’ব – The students will have been promoted to class xii by
next march.
Person /number
|
Subject
|
Be verb
|
Main verb (go)
|
1st person
|
I
|
Shall have
|
Gone
|
1st plural
|
We
|
Shall have
|
Gone
|
2nd singular/plural
|
You
|
Will have
|
Gone
|
3rd singular
|
He/she/it/Ram
|
Will have
|
Gone
|
3rd plural
|
They
|
Will have
|
Gone
|
4) Future Perfect Continuous Tense :
গঠন : Subject + Be Verb(Shall have
/Will have + Been) + Main Verb +Ing +Object.
ভৱিষ্যতৰ কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি থাকিব বা চলি থকা
বুজালে Future Perfect Continuous Tense ত লিখা হয় ৷ যেনে : তেওঁ অহাৰ আগতেই মই কিতাপ
পঢ়ি থাকিম ৷
I shall have been
reading the book before he comes.
বেলি ডুব যোৱালৈকে তেওঁ কাম কৰিয়েই
থাকিব ৷
He will have been working till the sun sets .
Person/number
|
Subject
|
Be verb
|
Main verb (go)
|
1st person /singular
|
I
|
Shall have been
|
Going
|
1st plural
|
We
|
Shall have been
|
Going
|
2nd singular/plural
|
You
|
Will have been
|
Going
|
3rd singular
|
He/she/it/Ram
|
Will have been
|
Going
|
3rd plural
|
They
|
Will have been
|
Going
|
আৱশ্যকীয় চৰ্তসমূহ :
·
বাক্যটোত যদি as if, it is, wish(ইচ্ছা), as though(যদিওৱা), all though(যদিও) আদি শব্দবিলাক থাকিলে Simple past tense ত লিখা হয় ৷
·
বাক্যটোত যদি as soon as থাকে তেতিয়া বাক্যটো Past perfect tense ত লিখা হয় ৷
·
বাক্যটোৰ দুটা অংশৰ এটা অংশ যদি Present indefinite tense ত থাকে তেন্তে আনটো অংশ Future indefinite tense ত লিখা হয় ৷
·
বাক্যটোৰ দুটা অংশৰ এটা অংশত যদি would, could, should, থাকে তেন্তে আনটো অংশ Simple past tense ত লিখা হয় ৷
·
বাক্যটোৰ দুটা অংশৰ এটা অংশ যদি would have, could have, should have থাকে তেন্তে আনটো অংশ Past perfect tense ত লিখা হয় ৷
·
বাক্যটোত যদি Still শব্দটো থাকে তেন্তে Past continuous ত লিখা হয় ৷
·
বাক্যটোত যদি main verb টো negative form (যেনে : not meet, not write, not read) ত থাকে তেন্তে বাক্যটো Present perfect tense ত লিখা হয় ৷
·
Hurry up থাকিলে বাক্যটো Present continuous
tense ত লিখা হয় ৷
·
বাক্যটোত যদি দুটা অংশৰ এটা অংশ যদি Past indefinite tense ত থাকে তেন্তে আনটো অংশ Past continuous tense ত লিখা হয় ৷ আৰু এই বাক্যবিলাকত “When”বা While ৰ ব্যৱহাৰ বেছি দেখা যায় ৷
·
“Until” থাকিলে Future indefinite
tense ত লিখা হয় ৷
Thanks to give description about tense
ReplyDeleteFuture perfect tense ৰ Definition টো ভুল হৈ আছে ।
ReplyDeleteThq
ReplyDeleteThanks
DeleteBOHUT KEITA SENTENCE VUL HOI ASE..... THIS MORNING, NOT TODAY MORNING, FOR TEN YEARS ,,,NOT FOR THE TEN YEARS...ANEKOI ARU ASE OPRT
ReplyDelete